চৰাইদেউ জিলাৰ সোণাৰি টাওকাক বাগিচাত আজি মুকলি হল অসম চৰকাৰে নিৰ্মাণ কৰা আৰ্দশ অংগনবাড়ী কেন্দ্ৰ । এই অংগনবাড়ী কেন্দ্ৰৰ অনুষ্টানিক ভাৱে শুভ উদ্বোধন কৰে সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । এই অংগনৱাৰী কেন্দ্ৰৰ পৰা অসম চৰকাৰৰ"এই বৃহৎ পদক্ষেপক চাহ বাগিছাৰ ছাত্ৰ ছাত্ৰী সকল বিশেষ উপকৃত হোৱাৰ আকাংশা প্ৰকাশ কৰে সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । এই সভাত জিলা উপায়ুক্ত পল বৰুৱা , অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ , সমাজ কল্যান বিভাগৰ বিষয়া জাহ্নৱী গোস্বামী , দ্বীপেন বৰুৱা , জিলা পৰিষদৰ সভানেত্ৰী বন্তী কোঁৱৰকে আদি কৰি বিজেপিৰ বিষয় ববিয়া সকল আৰু টাওকাক বাসী ভালে সংখ্যক ৰাইজ উপস্থিত থাকে ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
2024 Lok Sabha Election: अमेठी और वायनाड से चुनाव लड़ेंगे Rahul Gandhi..इस सीट से लड़ेंगी प्रियंका
2024 Lok Sabha Election: अमेठी और वायनाड से चुनाव लड़ेंगे Rahul Gandhi..इस सीट से लड़ेंगी प्रियंका
સુત્રાપાડામાં એસટી બસ સમયસર ના આવતા વિદ્યાર્થીઓનો હોબાળો
સુત્રાપાડામાં એસટી બસ સમયસર ના આવતા વિદ્યાર્થીઓનો હોબાળો
গৌৰীসাগৰৰ চেন্ট্ৰেল পাব্লিক হলত নাট "ডেউকা ভঙা পখীৰ ক্ৰন্দন" মঞ্চস্থ
শিৱসাগৰঃ গৌৰীসাগৰত "ডেউকা ভঙা পখীৰ ক্ৰন্দন" নাটক মঞ্চস্থ কৰা হয় ৷ শিৱসাগৰৰ অন্তৰ্গত গৌৰীসাগৰত অসম...
Akota Bridge વિસ્તારમાં કાર મા આગ લાગી
Akota Bridge વિસ્તારમાં કાર મા આગ લાગી
Maruti Dzire 2024 के किन वेरिएंट्स मिलेगा CNG का विकल्प, एक किलोग्राम में मिलेगा कितना माइलेज
भारत की प्रमुख वाहन निर्माता Maruti Suzuki की ओर से जल्द ही Compact Sedan Car सेगमेंट में नई...