চিলাপথাৰত APP ত যোগদান শতাধিক ৰাইজৰ

আম আদমি পাৰ্টি APP ত যোগদান শতাধিক ৰাইজৰ। APP ৰ ধেমাজি জিলা সমিতিৰ উদ্যাগত কালি চিলাপথাৰত স্বাধীনতা দিৱস ৰ লগত সংগতি ৰাখি যোগদান সমাৰোহ অনুষ্ঠিত কৰা হয় । APP ৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় শতাধিক ৰাইজে আম আদমি পাৰ্টিত যোগদান কৰে বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে APP ৰ ধেমাজি জিলা সভাপতি দেবিত টাইডে।