কলিয়াবৰ মহকুমাৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত হাতীগাঁও এক নং বাগানৰ শিয়াল ডাংগাত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। শালপতিয়ে হত্যা কৰিলে শালপতিক।নিহত লোকজনৰ নাম মাৰ্টিন তিৰ্কী। হত্যাকাৰী মাৰিউচ নাগক ইতিমধ্যে আটক কৰিছে মিছা আৰক্ষীয়ে। পাৰিবাৰিক কণ্ডলৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত পুত্ৰ-কন্যাসহ পত্নী শুই থকা অৱস্থাত মাৰ্টিন তিৰ্কীৰ ঘৰলৈ আহিছিল মাৰিউচ নাগ। ইয়াৰ পিছতে দুয়োজনৰ মাজত কথাৰ কটাকটি হৈ পিছত সংঘাতৰ সৃষ্টি হয়। মাৰিউচৰ ঘোচাত ঘৰৰ দেৱালত খুন্দা খাই মৃত্যু হয় মাৰ্টিনৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bihar Bridge Collapse: निर्माणाधीन पुल ढहने पर एक्शन में डिप्टी सीएम Vijay Sinha | Nitish Kumar
Bihar Bridge Collapse: निर्माणाधीन पुल ढहने पर एक्शन में डिप्टी सीएम Vijay Sinha | Nitish Kumar
HyperOS 2.0 अपडेट के साथ लॉन्च होगा POCO X7 Pro, नए ओएस में AI फीचर्स की होगी भरमार
POCO X7 Pro भारत का पहला फोन होगा जो HyperOS 2.0 अपडेट के साथ लॉन्च होगा। चाइना में हाल ही में...
रुद्राक्ष अपहरण एवं हत्याकांड रुद्राक्ष के परिवार को मिल गया न्याय
रुद्राक्ष अपहरण एवं हत्याकांड ... कोटा का एक ऐसा मामला, जिसने हर किसी को आंदोलित कर दिया था।...
ડીસામાં નવરાત્રિના ત્રીજા નોરતે ગરબાપ્રેમીઓમાં અનેરો ઉત્સાહ જોવા મળ્યો હતો.
ડીસામાં નવરાત્રિના ત્રીજા નોરતે ગરબાપ્રેમીઓમાં અનેરો ઉત્સાહ જોવા મળ્યો હતો.