মঙলবাৰে শিৱসাগৰ ৰংপুৰ জ্যোতি ক্লাৱত ৪১সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদ্যাপন কৰাহয়।দৌৰবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাৱে তি ওলহ -মালহেৰে উদ্যাপন কৰা হয় ৰংপুৰ জ্যোতি ক্লাৱত। ৰংপুৰ জ্যোতি ক্লাৱৰ উদ্যোগত ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ বৰ্ণাঢ্য কাৰ্য্যসূচীত উপস্থিত বহুকেইগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক।এইখিনিতে উল্লেখ কৰিব পাৰি যে- অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰচেষ্টাতে শিৱসাগৰত প্ৰথম মহিলা হকী দলৰ প্ৰশিক্ষণ দি মহিলা হকী দল গঠন কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી જિલ્લાના જાફરાબાદ તાલુકાના મીઠાપુર ગામની સીમમાં જયાબેન કોટડીયા ઉં.વ.૫૦, નામના મહિલા પર જંગલી શિયાળે કર્યો હુમલો
ઘટના બનતા વનવિભાગના માણસો દોડ્યા ઇજા પામનાર મહિલાને સારવાર અર્થે રાજુલા હોસ્પિટલમાં ખસેડવામાં...
গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰাৰ পিছত কি ক'লে বিশিষ্ট পৰিৱেশ কৰ্মী অনুপ পাটকায়ে
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টিমন অঞ্চলত আজি এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা...
कल्याण टोल कंपनीच्या ढसाळ कारभारमुळे शेताला आले तळ्याचे स्वरूप..
"पाचोड खुर्द येथील परिसरात कल्याण टोल कंपनीच्या भोंगळ कारभाराने पिके धोक्यात"
कल्याण टोल कंपनीच्या ढसाळ कारभारमुळे शेताला आले तळ्याचे स्वरूप..
"पाचोड खुर्द येथील परिसरात...
સુરત : કેટર્સના ગોડાઉનમાં ગેસ સિલિન્ડર બ્લાસ્ટ | SatyaNirbhay News Channel
સુરત : કેટર્સના ગોડાઉનમાં ગેસ સિલિન્ડર બ્લાસ્ટ | SatyaNirbhay News Channel