সোমবাৰে নাজিৰা ৰাজহ চক্ৰৰ দ'লবাগান লাংকুৰিত উপস্থিত হৈ ঐতিহাসিক দেওশালত পৰিদৰ্শন কৰে অসমৰ জনপ্ৰিয় সংগীত শিল্পী কুসুম কৈলাশ , দেৱজিৎ বৰা, মাধৱ ৰঞ্জনৰ লগতে চৰাইদেউ আমাৰ গৌৰৱ সংস্থাৰ সদস্যা সকলে । শিল্পী সকলৰ চৰকাৰলৈ আহ্বান এই ঐতিহাসিক স্থান সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধ্বনৰ বাবে ।