মৰাণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ সংবাদমেল ।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

আদিবাসীসকলক জনজাতিকৰণ আৰু এন্ড্রিউ উইলৰ কোম্পানীৰ চাহ বাগিচা বিক্ৰীৰ ষড়যন্ত্ৰত লৈ সোচ্চাৰ আছাৰ বিষয় ববীয়া ।

বিজেপি চৰকাৰ অহাৰ পূৰ্বে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু, জনজাতিকৰণৰ নামত আদিবাসীসকলক প্ৰতাৰণা কৰিলে ।

 এইবাৰ সংগ্ৰাম ৰাজপথত নহয় । এইবাৰ সংগ্ৰাম গাঁৱত, বাগানত, প্ৰত্যেকৰে চোতালত আৰু পাকঘৰত চলিব ।

ভাৰত চৰকাৰৰ অধিনষ্ঠ এন্ড্রিউ উইলৰ কোম্পানীৰ চাহ বাগিচা বিক্ৰী কৰাৰ ষড়যন্ত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছাই ।

 শ্ৰমিকসকলে বৰ্তমান প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে । চাহ বাগিচাসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়াতকৈ চাহ শ্ৰমিককৰ সমস্যা সমাধান কৰাৰ দাবী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ।