হোজাইত গোখা সম্প্ৰদায়ৰ তীজ মহোৎসৱ উদযাপন। অসম সাহিত্য সভা ভৱনত আয়োজন কৰা হৈছে মহোৎসৱটি। অসম গোখা সন্মিলন হোজাই জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে গোখা সম্প্ৰদায়ৰ পবিত্ৰ তীজ মহোৎসৱটি। উক্ত মহোৎসৱত গোখা সম্প্ৰদায়ৰ মহিলা সকলে স্বামীৰ দীৰ্ঘায়ুৰ কামনাৰে শিৱক আৰাধনা কৰাৰ লগতে নাচি বাগি আনন্দ ফুৰ্তি কৰে।গোখা সম্প্ৰদায়ৰ এই পৰম্পৰা আৰু জাতিটোৰ সংস্কৃতি নৱপ্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ এই মহোৎসৱটি আয়োজন কৰা হৈ বুলিও জানিবলৈ দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
SEBI चीफ की निवेशकों को कीमती सलाह
SEBI चीफ की निवेशकों को कीमती सलाह
गोदाम से 45 हजार रुपए की नकदी सहित लाखों रूपए का सामान चोरी
वनस्थली रोड पर स्थित एक गोदाम से चोरों ने 45 हजार रुपए की नकदी, देशी घी, छत के पंखे, एलईडी वल्ब व...
Chugh demands CBI probe into grenade attack on Thakurdwara temple
Maan Government has failed Punjab on all fronts : Chugh
BJP National General Secretary Tarun...
આમ આદમી પાર્ટી દ્વારા કલેક્ટરને આવેદનપત્ર આપવામાં આવ્યું
આમ આદમી પાર્ટી દ્વારા કલેક્ટરને આવેદનપત્ર આપવામાં આવ્યું
रात 12 बजे शराब के ठेके पर सिगरेट पीने के लिए मांगी माचिस,नहीं देने पर चाकू से किए ताबड़तोड़ वार,2 युवक गंभीर घायल
कोटा ग्रामीण के सिमलिया थाना इलाके के पोलाई कलां गांव में शराब ठेके के पास मध्य रात्रि 12 बजे हुई...