পশ্চিম মঙলদৈত অভাৰচীজ বেংকৰ বান সাহাৰ্য বিতৰণ। পশ্চিম মঙলদৈৰ জনাৰামচৌকা পঞ্চায়তৰ অন্তৰ্গত বানবিধ্বস্ত পৰিয়াললৈ সাহাৰ্য আগবঢ়ায় অভাৰচীজ বেংকৰ গুৱাহাটী মণ্ডলে। শাকতোলা নদীৰ বানত জুৰুলা বৰ-আঠিয়াবাৰী, কল্যাণপুৰ, গোৱালপাৰা আদি চুবুৰীৰ প্ৰায় শতাধিক পৰিয়ালক বানৰ পাছত প্ৰয়োজনীয় বৃহৎ সামগ্ৰীৰ একোটাকৈ টোপোলা বিতৰণ কৰে। খাদ্য সামগ্ৰীৰ লগতে ফেনলৰ পৰা চাবোনলৈ প্ৰদান কৰা টোপোলা সমূহ বিতৰণ কৰে । শাকতোলাৰ মথাউৰি দুবাৰকৈ বৰআঠিয়াবাৰীৰ বাঢ়ৈপাৰাত চিঙি যোৱাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ গাওঁ সমূহ বেয়াকৈ জুৰুলা হৈছিল। ৰঙামাটি, পিপৰাদোকান এলেকাতকৈ অধিক দিনৰ বাবে ঘৰৰ মজিয়াত পানী সোমাইয়েই আছিল শাকতোলা নদীৰ। আজি ৮ দিন পূৰ্বে মথাউৰিটোৰ অস্হায়ী বান্ধ দিয়াৰ পাছতহে জলস্তৰ নামি গৈছে যদিও বন্যাৰ্তৰ বাবে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাটো জটিল হৈ পৰে। এনে পৰিস্থিতিত বেংকটোৰ বিষয়া-কৰ্মচাৰী সন্হাই আগবাঢ়ি আহে আৰৱ গুৱাহাটী মণ্ডলৰ সহকাৰী সাধাৰণ সম্পাদকৰ নেতৃত্বত এটা দলে সামগ্ৰী সমূহ বিতৰণ কৰে। স্থানীয় ৰাইজে বেংকৰ এনে সামাজিক কামক প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধেমাজিত স্বেচ্ছাসেৱী সংস্হাৰ ফলমূলৰ পুলি বিতৰণ
ধেমাজিৰ সক্ৰিয় স্বেচ্ছাসেৱী অনুষ্ঠান চেড'য়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী অনুষ্ঠান...
कुटूंब कल्याण, माताबाल संगोपन व लसीकरण कामकाजात सोलापूर जिल्हा राज्यात प्रथम
सोलापूर : - सोलापूर जिल्ह्याने कोरोना काळात टीम वर्क आणि सातत्यपूर्ण काम केल्याने माताबाल आरोग्य,...
Big Billion Days में POCO के स्मार्टफोन्स पर मिल रहे शानदार डील्स का उठाएं फायदा, 10 हजार से कम कीमत में मिल रहा है 5G फोन
Flipkart पर एनुअल फेस्टिव सेल Big Billion Days (BBD) शुरू होने वाली है। POCO ब्रांड अपने बेहतरीन...