ৰহা নতুনচাৰিআলী স্থিত FMW অটোমোবাইলচত নতুন সংযোজন হোবা NS200বাইক আৰু বাজাজ চেতক ইলেক্ট্ৰনিক স্কুটি ৰ আজি ৰহা পৌৰসভা পৌৰপতি আৰু উপ পৌৰপতিয়ে উদ্বোধন কৰে।

    এই উপলক্ষে আজি দিনৰ ৩বজাত FMW অটোমোবাইলচত ৰন্টু মুদৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত ৰহা পৌৰসভা পৌৰপতি বন্তি হাজৰিকা আৰু উপ পৌৰপতি অনিমা দাসে ফিতা কাটি উদ্বোধন কৰি সম্বোধন কৰে।

    উদ্বোধনী অনুষ্ঠানত পঞ্জাব নেচনেল বেঙ্ক ৰহা শাখা প্ৰবন্ধক সাধনা বৰ্মন,Loan Incharge বাবুলাল সিং,বাজাজ ফাইনেনচ মেনেজাৰ প্ৰিয়াংকু বৰদলৈ,FMW অটোমোবাইলচৰ স্বতাধিকাৰী আব্দুল বাচিদ,প্ৰবোধ কলিতা, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা সহ FMW অটোমোবাইচৰ কৰ্মচাৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।