বুধবাৰে শিৱসাগৰ জিলাত আই ই ডি স্থাপন কৰাৰ অভিযোগত চৰাইদউৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ। বৰ্তমান সময়লৈকে স্বাধীনতা দিৱসৰ দিনা আলফা স্বাধীনৰ দ্বাৰা আই ই ডি সংস্থাপনৰ সন্দৰ্ভত আৰক্ষীয়ে আঠজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। চৰাইদেউৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম বিতুল বৰুৱা। শিৱসাগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এই সমগ্ৰ ঘটনাৰ।অন্যহাতে ইণ্টেলিজেন্স ব্ৰাঞ্চৰ মানুহ আহি আৰু অধিক তদন্তৰ বাবে সোধপোছ অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Full Bulletin | 26 Sep 2022 | Raftaar Marathi Media
Full Bulletin | 26 Sep 2022 | Raftaar Marathi Media
ધ્રાંગધ્રાના સોલડી ગેસપંપ નજીક છોટાહાથી અને એસ.ટી બસ વચ્ચે અકસ્માત સર્જાયો ડ્રાઈવરનું ઘટના સ્થળે મોત
ધ્રાંગધ્રાના સોલડી ગેસપંપ નજીક છોટાહાથી અને એસ.ટી બસ વચ્ચે અકસ્માત સર્જાયો ડ્રાઈવરનું ઘટના સ્થળે મોત
Sweta Singh, Sudhir Chaudhary को Mahua Moitra ने दिखाया आईना Modi को क्या बोली? Godi Giri EP-41
Sweta Singh, Sudhir Chaudhary को Mahua Moitra ने दिखाया आईना Modi को क्या बोली? Godi Giri EP-41