শুকুৰবাৰে অনুষ্ঠিত এই বিশাল ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহন বহিৰাগতৰ বিৰুদ্ধে।১৩আগষ্টৰ দিনা শিৱসাগৰৰ মাজমজিয়াৰ বাবুপট্টিত এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যা য়ৰ খেলুৱৈক কেইগৰাকী মান বহিৰা গত।ব্যৱসায়ীয়ে শাৰিৰীক।ভাৱে প্ৰহাৰ কৰিছিল।ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে প্ৰতিটো দল-সংগঠন। সভাত গ্ৰহন কৰাহয় ১০টাবৃহৎ প্ৰস্তাৱ। এই সভাত উপস্থিত নথকা অনা-অসমীয়া ব্যৱসায়ীক ২৪ ঘণ্টাৰ ভিতৰত ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাৱী।ইয়াৰ উপৰি শিৱসাগৰত মাৰোৱাৰী , ভোজপুৰী আদিকে ধৰি অনাঅসমীয়াৰ সংগঠন নিষিদ্ধ ঘোষনা কৰিছে খিলঞ্জীয়াৰ এই সভাত। সদৌ টাই আহোম ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত অংশ গ্ৰহন অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, জাতীয় সংগ্ৰামী সেনা অসম, অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলীম কল্যান পৰিষদকে ধৰিপ্ৰায় ৩০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ব, শিৱসাগৰৰ বহুসংখ্যক সমাজ সচেতন ব্যক্তিকে ধৰি বিভিন্ন জনে মত প্ৰকাশ কৰিছে যে এইয়া অসম আন্দোলনৰ দ্বিতীয় উক-মুকনি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jharkhand Election: झारखंड में BJP की विजय की तैयारी, Amit Shah ने जारी किया संकल्प पत्र | Aaj Tak
Jharkhand Election: झारखंड में BJP की विजय की तैयारी, Amit Shah ने जारी किया संकल्प पत्र | Aaj Tak
অহা ৩ আগষ্ট, ২০২২ ত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে জিলা দিৱস
অহা ৩ আগষ্ট, ২০২২ ত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে জিলা দিৱস উদযাপন কৰিবলৈ...
Breaking News: Chhattisgarh में सुरक्षाबलों को बड़ी कामयाबी, मुठभेड़ में ढेर किए 10 नक्सली | Aaj Tak
Breaking News: Chhattisgarh में सुरक्षाबलों को बड़ी कामयाबी, मुठभेड़ में ढेर किए 10 नक्सली | Aaj Tak
દિયોદર પે.કેન્દ્ર શાળા નંબર ૨ માં લાઈફસ્કીલ અને બાળમેળો યોજાયો...
દિયોદર પે કેન્દ્ર શાળા નંબર ૨ ના આચાર્યશ્રી જામાભાઈ પટેલના માર્ગદર્શન હેઠળ શિક્ષકો દ્વારા લાઈફ...
कोल्हापुरातील पंचगंगा स्मशानभूमी येथील भौतिक सुविधा आणि विस्तारीकरण या संदर्भामध्ये महानगरपालिका प्रशासनाची स्मशानभूमीला भेट
कोल्हापुरातील पंचगंगा स्मशानभूमी येथील भौतिक सुविधा व विस्तारीकरण संदर्भामध्ये महानगरपालिका...