শুকুৰবাৰে অনুষ্ঠিত এই বিশাল ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহন বহিৰাগতৰ বিৰুদ্ধে।১৩আগষ্টৰ দিনা শিৱসাগৰৰ মাজমজিয়াৰ বাবুপট্টিত এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যা য়ৰ খেলুৱৈক কেইগৰাকী মান বহিৰা গত।ব্যৱসায়ীয়ে শাৰিৰীক।ভাৱে প্ৰহাৰ কৰিছিল।ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে প্ৰতিটো দল-সংগঠন। সভাত গ্ৰহন কৰাহয় ১০টাবৃহৎ প্ৰস্তাৱ। এই সভাত উপস্থিত নথকা অনা-অসমীয়া ব্যৱসায়ীক ২৪ ঘণ্টাৰ ভিতৰত ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাৱী।ইয়াৰ উপৰি শিৱসাগৰত মাৰোৱাৰী , ভোজপুৰী আদিকে ধৰি অনাঅসমীয়াৰ সংগঠন নিষিদ্ধ ঘোষনা কৰিছে খিলঞ্জীয়াৰ এই সভাত। সদৌ টাই আহোম ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত অংশ গ্ৰহন অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, জাতীয় সংগ্ৰামী সেনা অসম, অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলীম কল্যান পৰিষদকে ধৰিপ্ৰায় ৩০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ব, শিৱসাগৰৰ বহুসংখ্যক সমাজ সচেতন ব্যক্তিকে ধৰি বিভিন্ন জনে মত প্ৰকাশ কৰিছে যে এইয়া অসম আন্দোলনৰ দ্বিতীয় উক-মুকনি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জ্যেষ্ঠ সাংবাদিক ৰত্নেশ্বৰ চহৰীয়ালৈ জাফাৰ গ্ৰাম্য সাংবাদিকতা বঁটাঃদেওমৰনৈত আনন্দৰ বন্যাৰ
ৰাজ্যৰ সাংবাদিক - সংবাদকৰ্মীৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফা'ই ২০২২...
Jammu Kashmir Terror Attack News: जम्मू में आतंकियों पर मुहतोड़ जवाब, Kathua में एक आतंकी का एनकाउंटर
Jammu Kashmir Terror Attack News: जम्मू में आतंकियों पर मुहतोड़ जवाब, Kathua में एक आतंकी का एनकाउंटर
હિંમતનગર: લોકસભા ચૂંટણી| સાબરકાંઠા: નોડલ અધિકારીશ્રીઓની બેઠક યોજાઇ| Sabarkantha News | Himmatnagar
હિંમતનગર: લોકસભા ચૂંટણી| સાબરકાંઠા: નોડલ અધિકારીશ્રીઓની બેઠક યોજાઇ| Sabarkantha News | Himmatnagar
ગુજરાત સરકારના કેબિનેટ મંત્રી શ્રીની વિશેષ ઉપસ્થિતિમાં BJP જુનાગઢ મહાનગર દ્વારા સાંસ્કૃતિક કાર્યક્રમ
ગુજરાત સરકારના કેબિનેટ મંત્રી શ્રીની વિશેષ ઉપસ્થિતિમાં BJP જુનાગઢ મહાનગર દ્વારા સાંસ્કૃતિક કાર્યક્રમ
प्रकृति संरक्षण के प्रति भावी पीढ़ी में दायित्वबोध होना आवश्यक
प्रकृति संरक्षण के प्रति भावी पीढ़ी में दायित्वबोध होना आवश्यकवृक्षारोपण कर परिंडा वितरण व वंचित...