হোজাইত পুৱা বন্যহস্তী জাকৰ বিচৰন।।
ৰাইকটা ইছলাম পুৰ কছাৰী বস্তি অঞ্চলত বিচৰন হাতী জাকৰ।।
কপিলী নদী পাৰ হৈ দীঘলবালি বনাঞ্চলত প্ৰৱেশ হাতী জাকৰ।।
ৰাইজে শিল দলিয়াই হাতীক কৰিলে আক্ৰমন।।
হাতী তাণ্ডৱ ৰোধত ব্যৰ্থ হোজাই বন বিভাগ।।