সমগ্র দেশে আজি ৭৬ সংখ্যক স্বাধীনতা দিৱসটি 'আজাদী কা অমৃত মহোৎসৱ' হিচাপে উদযাপন কৰিছে। বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানৰ লগতে ৱাৰিৱৰ্ছ মাজুলী জিলা সমিতিয়ে ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত জিলাৰ কাৰ্যালয়ৰ লগতে নয়াবজাৰ আৰু ৰাৱনাপাৰ আঞ্চলিকত পতাকা উত্তোলন কৰা হয় । ইয়াৰ পাছতে জেংৰাইমুখ চিকিৎসালয়ত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । গছপুলি ৰোপণ কৰে জেংৰাইমুখ চিকিৎসালয়ৰ চিকিৎসক ডাঃ চুধীন শৰ্মা , মিহিৰ দাস আৰু সঞ্জয় ৰাজবংশী। অন্যহাতে মাজুলী শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ অসামৰিক চিকিৎসালয় আৰু জেংৰাইমুখ হস্পিটেলত থকা ভৰ্তি হৈ থকা প্ৰসূতিসকলৰ মাজত চেনিটেৰী নেপকিন বিতৰণ কৰা হয় । আজিৰ কাৰ্যসূচীসমূহত উপস্থিত থাকে জিলাৰ উপদেষ্টা অপূৰ্ব বেজ, সভানেত্ৰী মধুস্মিতা বৰা, সম্পাদিকা জ্যোৎস্না দাস, সাংগঠনিক সম্পাদিকা ৰীতুমণি গগৈ , বিত্ত সম্পাদিকা ৰশ্মি ৰেখা হাজৰীকা, গড়মূৰ আঞ্চলিকৰ জন সংযোগ সম্পাদক কিৰণ দত্ত, সদস্য প্ৰাঞ্জল শইকীয়া, সদস্যা ৰীনা কলিতা , নয়াবজাৰ আঞ্চলিকৰ সভাপতি সূৰ্যকুমাৰ বৰা, সম্পাদিকা মিন্টুমণি দাস আগৰৱালা, জনসংযোগ সম্পাদিকা পিংকি খনিকৰ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मोरान स्थित डिब्रूगढ़ जवाहर नवोदय विद्यालय में क्लस्टर स्पोर्ट्स मिट का आगाज ।
मोरान डुमरदोलंग स्थित डिब्रूगढ़ जवाहर नवोदय विद्यालय में आज से क्लस्टर स्पोर्ट्स मिट का आगाज हुवा...
અમદાવાદમાં યોજાશે કાંકરિયા કાર્નિવલ@Sandesh News
અમદાવાદમાં યોજાશે કાંકરિયા કાર્નિવલ@Sandesh News
Galaxy A55 5G: ये यूजर्स नहीं खरीद सकेंगे Samsung का नया Smartphone, कंपनी ने खुद दी जानकारी
सैमसंग ने बीते दिन ही अपने ग्राहकों के लिए Samsung Galaxy A Series में दो नए फोन पेश किए हैं। जी...
Vidhan Sabha MLA Fight : लाज आणेल असं आंदोलन, हे वागणं बरं नव्हं | Maharashtra Monsoon Session
Vidhan Sabha MLA Fight : लाज आणेल असं आंदोलन, हे वागणं बरं नव्हं | Maharashtra Monsoon Session
ગુજરાત વિધાનસભા ચૂંટણીના પરિણામથી કોંગ્રેસને મોટો ફટકો, હવે કડક કાર્યવાહીના મૂડમાં પાર્ટી
ગુજરાત વિધાનસભાની ચૂંટણી પૂરી થઈ ગઈ છે. ગુજરાતમાં ફરી એક વાર ભાજપની જંગી જીત સાથે સરકાર બનવા જઈ...