সোণাৰি ৰাজহুৱা খেল পথাৰত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰেদত অংশগ্ৰহণ কৰা এগৰাকী ছাত্ৰী ধলি পৰে।সোণাৰি ৰাজহুৱা খেল পথাৰত আজি জিলা প্ৰশাসনৰ উদ‍্যোগত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনত প্ৰেদত এগৰাকী ছাত্ৰী ধলি পৰে।

চৰাইদেউ জিলাৰ সোণাৰি ৰাজহুৱা খেল পথাৰত জিলা প্ৰশাসনৰ উদ‍্যোগত ৭৫ সংখ্যক অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্তই । জিলা উপায়ুক্তই স্বাধীনতা দিৱসৰ ওপৰত ভাষন দি থকা অৱস্থাতে প্ৰেডত অংশ গ্ৰহণ কৰা এগৰাকী ছোৱালীয়ে মাটিত ধলি পৰা পৰিলক্ষিত হয় । পিচত ছোৱালী গৰাকীক চিকিৎসাৰ কাৰণে প্ৰেডৰ পৰা লৈ যায় প্ৰশাসনৰ লোকে । এনেদৰেই অনুষ্ঠিত হৈছিল স্বাধীনতা দিৱস যদিও ছোৱালী গৰাকী ধলি পৰাত চাঞ্চলয়ৰ সৃষ্টি হয় ।