ডিব্ৰুগড়।জিলাৰ মৰান ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় চক্ৰ বিষয়া স্বৰ্ণ সোনোৱালে পতাকা উত্তোলন কৰে। ইয়াৰ পূৰ্বে বিধায়ক চক্ৰধৰ গগৈয়ে।শ্বহীদ সকলৰ।প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।ঘৰঘৰ তিৰংগা কাৰ্য্যসূচী সফল কৰাৰ কাৰনে।অঞ্চলটোৰ সমুহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ।সভাত মৰান আৰক্ষী চক্ৰ বিষয়া সিদ্ধেশ্বৰ বড়ো অসম গৌৰৱ হেমপ্ৰভা চুতীয়া জ্যেষ্প নাগৰিক সত্যনাৰায়ন আগৰৱালা প্ৰহ্লাদ টোডী আৰু বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে অনুস্থানটিত দেশপ্ৰেমমুলশশ গীত নৃত্য পৰিবেশন কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
युवाओं के लिए बंपर भर्ती और संविदा कर्मचारियों को तोहफा! यहां जानिए बजट की 10 बड़ी बातें
राजस्थान की डिप्टी सीएम और वित्त मंत्री दीया कुमारी ने बजट पेश किया है. पूर्णकालिक बजट में...
રાજકોટમાં ‘ત્રિકોણ બાગ કા રાજા’ના પંડાલમાં ગણપતિ બાપા સમક્ષ સ્ટમ્પ અને બોલ મૂકવામાં આવ્યા...
રાજકોટમાં ‘ત્રિકોણ બાગ કા રાજા’ના પંડાલમાં ગણપતિ બાપા સમક્ષ સ્ટમ્પ અને બોલ મૂકવામાં...
শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হব মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় দশম দ্বি বাৰ্ষিক অধিৱেশন।
শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হব মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় দশম দ্বি বাৰ্ষিক অধিৱেশন।
চিত্ৰশিল্পী উদিষ্ণা ডেকাই ৫খন তুলিকাৰে একেসময়ত একেলগে অংকন কৰিলে হাৰ্টথ্ৰুব জুবিন গাৰ্গ ৰ ৮খন চিত্ৰ।
ৰহা সমীপবৰ্তী তথা ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰ অন্তৰ্গত...
અંબાજી આવીને માતાજીના દર્શન ....
અંબાજી આવીને માતાજીના દર્શન ....