শিৱসাগৰ নগৰত অসমৰ প্ৰথমজন শ্বহীদ সাংবাদিক কমলা।শইকীয়াৰ স্মৃতি দিৱস পালন। নগৰৰ মাজ মজিয়াৰ মুক্তিনাথ চাৰি আলিত কমলা শইকীয়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সহযোগত অনুষ্ঠিত কৰা হয় ।কমলা শইকীয়াৰ ৩৩সংখ্যক মত্যু দিৱস উপলক্ষে স্মৃতিদিৱস কাৰ্য্যসূচী। শ্ৰদ্ধাঞ্জলী আৰু বন্তি প্ৰজ্জ্বলনৰ কাৰ্য্যসূচীত উপস্থিত থাকে শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈ, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতিপ্ৰেম গগৈ, শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড°সৌমাৰ জ্যোতি মহন্ত , শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰকাশ কটকী কে আদিকৰি ভালে সংখ্যক গণ্য-মান্য লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिन्न की असली आवाज सुनकर दरबार में सभी के रोंगटे खड़े हो गए % Bageshwar Dham Sarkar % जिन्न की हुंकार
जिन्न की असली आवाज सुनकर दरबार में सभी के रोंगटे खड़े हो गए % Bageshwar Dham Sarkar % जिन्न की हुंकार
Jio और Airtel के धमाकेदार प्लान, कम कीमत में मिलते हैं ढेरों OTT ऐप्स और डेटा भी
Jio और Airtel दोनों ही अपने ग्राहकों को अलग-अलग जरूरतों के मुताबिक प्लान ऑफर करते हैं। फिलहाल हम...
ડીસા માં પંગતની દોરીથી બચવા સેફ્ટી બેલ્ટ નું વિતરણ કરાયું
ઉત્તરાયણ પર્વ નિમિતે સેફ્ટી બેલ્ટ નું વિતરણ..
આપણે સૌ લોકો ઉત્તરાયણ પર્વ ની પતંગ ચગાવી આપણે ધામ...