শিৱসাগৰ নগৰত অসমৰ প্ৰথমজন শ্বহীদ সাংবাদিক কমলা।শইকীয়াৰ স্মৃতি দিৱস পালন। নগৰৰ মাজ মজিয়াৰ মুক্তিনাথ চাৰি আলিত কমলা শইকীয়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সহযোগত অনুষ্ঠিত কৰা হয় ।কমলা শইকীয়াৰ ৩৩সংখ্যক মত্যু দিৱস উপলক্ষে স্মৃতিদিৱস কাৰ্য্যসূচী। শ্ৰদ্ধাঞ্জলী আৰু বন্তি প্ৰজ্জ্বলনৰ কাৰ্য্যসূচীত উপস্থিত থাকে শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈ, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতিপ্ৰেম গগৈ, শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড°সৌমাৰ জ্যোতি মহন্ত , শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰকাশ কটকী কে আদিকৰি ভালে সংখ্যক গণ্য-মান্য লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Chhattisgarh First Phase Voting: वोट देने से पहले Raman Singh ने की पूजा-पाठ, जीत को लेकर क्या बोले?
Chhattisgarh First Phase Voting: वोट देने से पहले Raman Singh ने की पूजा-पाठ, जीत को लेकर क्या बोले?
નાના ક્લોદરા મુકામે લાભાર્થીઓને આયુષ્યમાન કાર્ડનું વિતરણ કરાયું.
ખંભાતમાં નાના ક્લોદરા મુકામે લાભાર્થીઓને આયુષ્યમાન કાર્ડનું વિતરણ ધારાસભ્ય મયુરભાઈ રાવલના હસ્તે...
দৰঙত জিলা উন্নয়ন সমিতিৰ সভা
মঙ্গলদৈ ১ আগষ্ট ::দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি জিলা আয়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেৰ...
শিশুৰ মনতো দেশপ্ৰেম
শিশুৰ মনতো দেশপ্ৰেম। গোলাঘাটত হাতত ত্ৰিৰংগা লৈ ফুটো-নুফুটো মাতেৰে শিশুৱে পৰিবেশন কৰিলে...