আজাদী কি অমৃত মহোৎসৱত মৰিগাঁৱত ৭৬ সংখ্যাক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত স্থানীয় তৰুণৰাম ফুকন খেলপথাৰত পুৱা ন বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি চৰকাৰ আৰু জিলাখনৰ উন্নয়নমুলক আচনি সন্দৰ্ভত ৰাইজক অবগত কৰে। ইয়াৰ পিছতেই আৰক্ষী বাহিনী- মৰিগাঁও,জাগীৰোড আৰু জি কে বি কলেজ - নৱোদয় বিদ্যালয়, সন্ত থেৰেচা, সংস্কৃতি বিদ্যালয় আৰু মৰিগাঁও জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা অভিবাদন গ্ৰহণ কৰে। প্ৰখৰ ৰদকো নেওচি আৰক্ষী আৰু ছাত্র ছাত্ৰীৰ অভিবাদনৰ পিছতেই স্থানীয় শিল্পী সকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पंकजाताई मुंडे यांच्या उपस्थितीत शनिवारी १३ ऑगस्टला परळी शहरात भव्य तिरंगा रॅलीरॅलीमोठ्या संख्येने सहभागी होण्याचे आवाहन
परळी प्रतिनिधी
भारतीय स्वातंत्र्याच्या अमृत...
5 મિનિટમાં આટોપી લેવાયેલ બોર્ડ બેઠક પુનઃ યોજો : વિરોધ પક્ષ
ખંભાત નગરપાલિકામાં 31 માર્ચે મળેલી બજેટ બેઠક શાસક પક્ષે પાંચ મિનિટ આટોપી લીધી હતી.જેને લઈને વિરોધ...
Priyanka Gandhi to make big announcement for homemakers in Rajasthan rally on Wednesday .
Congress general secretary Priyanka Gandhi Vadra is likely to make some announcements for the...
આજે દૂધ વિતરણ બંધના એલાનને લઈ શહેરના સામાજિક કાર્યક્રર દેસુર ધમા એ આપી મહત્વની પ્રતિક્રિયા
આજે દૂધ વિતરણ બંધના એલાનને લઈ શહેરના સામાજિક કાર્યક્રર દેસુર ધમા એ આપી મહત્વની પ્રતિક્રિયા