দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে শিৱসাগৰ জিলাৰ বকতা চাইন কিডছ্ প্লে স্কুলতো উদযাপন কৰা হয় ৭৬ সংখ্যক স্বাধীনতা দিৱস।লগতে এই দিৱসৰ লগত সংগতি ৰাখি কণ কণ ছাত্ৰছাত্ৰী সকলৰ মাজত দেশ ভক্তি গীতৰ লগতে বিভিন্ন কাৰ্যসূচী অনুস্থিত কৰা হয় ৷
বকতা চাইন কিডছ্ প্লে স্কুলত উদযাপন ৭৬ সংখ্যক স্বাধীনতা দিৱস
