১০৯ নং বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ দক্ষতা বিকাশ সমিতিৰ উদ্যোগত ভাৰত চৰকাৰৰ অগ্নিপথ আচঁনিৰ অধীনস্থ অগ্নিবীৰ প্ৰশিক্ষন কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকলক সম্বদ্ধনা জনোৱা হয় ৷ নাৰায়ণপুৰস্থিত দেউৰী গেষ্ট হাউচত অনুষ্ঠিত সভাখনত স্থানীয় বিধায়কগৰাকীয়ে সকলোকে এখন ফুলাম গামোছা আৰু এখন সম্বদ্ধনা পত্ৰৰে সন্মানিত কৰে ৷ দক্ষতা বিকাশ সমিতিৰ হৈ মাখন তামুলীয়ে আঁত ধৰা সভাখনত উপস্থিত থাকে দেউৰী পৰিষদৰ অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰীৰ লগতে বিজেপি দলৰ বীৰেন ভাগৱতী , খগেন হাজৰিকা , কৃষ্ণ শইকীয়া ৷ প্ৰশিক্ষাৰ্থীসকলে সভাখনত নিজৰ অভিমত প্ৰকাশ কৰি কয় এনে প্ৰশিক্ষণ গ্ৰহণৰ জৰিয়তে ভৱিষ্যতৰ দিনত অগ্নিবীৰ অথবা আৰক্ষী বাহিনীত সেৱা কৰাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ৷ উল্লেখ্য যে সমষ্টিটোৰ বিহপুৰীয়া , নাৰায়ণপুৰ আৰু পথালিপাহাৰত অনুষ্ঠিত হৈছিল এই প্ৰশিক্ষণ কৰ্মশালা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં ટ્રેક્ટરની પાછળ ટેમ્પો ટકરાતાં યુવકનું મોત
ડીસાના બનાસ પુલ નજીક શુક્રવારે બટાકા ભરેલો મીની ટેમ્પો ઉભેલા ટ્રેક્ટરની ટોલી પાછળ ટકરાતા અકસ્માત...
ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদ ৰ ৩৫সংখ্যক দ্বী বাৰ্ষিক অধিবেশন১৮নবেম্বৰত।
সদৌ অসম কৰ্মচাৰী পৰিষদ ৰ অন্যতম আঞ্চলিক গোট তথা নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত ৰহা আঞ্চলিক...
CLSA Bullish On Sula Vineyards Share News: बाजार को क्यों Cheers कर रहा है ये Stock? | Business News
CLSA Bullish On Sula Vineyards Share News: बाजार को क्यों Cheers कर रहा है ये Stock? | Business News
Diya Kumari और Udaipur Prince Lakshyaraj की बात चली, Pakistan तक कैसे पहुंची? | Rajasthan Election
Diya Kumari और Udaipur Prince Lakshyaraj की बात चली, Pakistan तक कैसे पहुंची? | Rajasthan Election