শিৱসাগৰ নগৰৰ মাজ মজিয়াত দিন দুপৰতে লুটিলে এগৰাকী বৃদ্ধৰ প্ৰায় ৩৯হেজাৰ টকা ।জানবাবা আলি নামৰ সত্তৰ বছৰ উৰ্ধৰ ব্যক্তি জনে ভাৰতীয় ষ্টেট বেঙ্কৰ শিৱসাগৰ শাখাৰ পৰা উলিয়াই আনিছিল চল্লিশ হেজাৰ টকা। বেঙ্কৰ পৰা ওলাই আহি তাৰে এক হেজাৰ টকা ধাৰ মাৰি চাহ খাবলৈ লোৱাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে। চাইকেলৰ বেগৰ পৰা সমুদায় ধন চোৰে লৈ উধাও হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોરબીની ઘટનાને લઈ રાજુલાના કોંગ્રેસ અને ભાજપના આગેવાનો દ્વારા મૃતકોને શ્રધ્ધાંજલિ આપવામાં આવી.
સમગ્ર ગુજરાત મોરબીના ઝૂલતા પુલના અકસ્માતને લઈ દુઃખની લાગણી વ્યક્ત કરે છે લોકો દ્વારા સામાજિક,...
ચોરી કરેલ ઓટોરિક્ષા સાથે એક ઈસમ ઝડપાયો
ચોરી કરેલ ઓટોરિક્ષા સાથે એક ઈસમ ઝડપાયો
Election 2024: Gorakhpur लोकसभा सीट पर क्या है चुनावी मुद्दें, जनता ने बताया कितना विकास हुआ
Election 2024: Gorakhpur लोकसभा सीट पर क्या है चुनावी मुद्दें, जनता ने बताया कितना विकास हुआ