শিৱসাগৰ নগৰৰ মাজ মজিয়াত দিন দুপৰতে লুটিলে এগৰাকী বৃদ্ধৰ প্ৰায় ৩৯হেজাৰ টকা ।জানবাবা আলি নামৰ সত্তৰ বছৰ উৰ্ধৰ ব্যক্তি জনে ভাৰতীয় ষ্টেট বেঙ্কৰ শিৱসাগৰ শাখাৰ পৰা উলিয়াই আনিছিল চল্লিশ হেজাৰ টকা। বেঙ্কৰ পৰা ওলাই আহি তাৰে এক হেজাৰ টকা ধাৰ মাৰি চাহ খাবলৈ লোৱাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে। চাইকেলৰ বেগৰ পৰা সমুদায় ধন চোৰে লৈ উধাও হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कितने भी पुराने OPEN PORES, LARGE PORES, CLOGGED PORES हों, इस Remedy से होगा 100% इलाज़
कितने भी पुराने OPEN PORES, LARGE PORES, CLOGGED PORES हों, इस Remedy से होगा 100% इलाज़
વિકાસયાત્રા અંતર્ગત કાર્યક્રમ
વિકાસયાત્રા અંતર્ગત કાર્યક્રમ
ধুবুৰীৰ গংগাধৰ নদীত পকী দলং উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
ধুবুৰীৰ গংগাধৰ নদীত পকী দলং উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...
India Vs Australia World Cup 2023: भारत की जीत पर घर से बाहर निकल प्रशंसकों ने मनाया जश्न, देखें
India Vs Australia World Cup 2023: भारत की जीत पर घर से बाहर निकल प्रशंसकों ने मनाया जश्न, देखें
ઠગાઈ ના કેસ ના 3 વર્ષ થી નાસતા આરોપી ને Crime Branch એ શોધી કાઢ્યો
ઠગાઈ ના કેસ ના 3 વર્ષ થી નાસતા આરોપી ને Crime Branch એ શોધી કાઢ્યો