ঢকুৱাখনা মহকুমাৰ প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত ৭৬তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ঢকুৱাখনা মহকুমাধীপতি অৰিন্দম বৰুৱাই।

পতাকা উত্তোলনৰ পিছতে সন্মানীয় অতিথি সকলক সম্বৰ্ধনা জনোৱা ঠিক পিছতে বিভিন্ন বিদ্যালয়  মহাবিদ্যালয় ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।