ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হৈয । চক্ৰধিকাৰী শ্ৰাৱনা সোণোৱালে পতাকা উত্তোলন কৰে । ইয়াৰ পূৰ্বে, বিধায়ক চক্ৰধৰ গোগৈয়ে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি বিধায়ক চক্ৰধৰ গোগৈয়ে ঘৰ ঘৰ তিৰঙ্গা কাৰ্যসূচী সফল কৰাৰ বাবে অঞ্চলটোৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। সভাত মৰাণ আৰক্ষী চক্ৰ বিষয়া সিদ্ধেশ্বৰ বড়ো, অসম গৌৰৱ হেমপ্ৰভা চুতিয়া, জ্যেষ্ঠ নাগৰিক সত্যনাৰায়ণ আগৰৱালা, প্ৰহ্লাদ টোডি আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানটোত দেশপ্ৰেমমূলক গীত আৰু নৃত্য কাৰ্যসূচীৰ আয়োজন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોટાદમાં પીવાના પાણીની લાઈનમાં ફરીભંગાણ,લાખોલિટર પીવાનાં પાણીનો વેડફાટ,અનેકવારની ઘટનાનું પુનરાવર્તન.
બોટાદમાં પીવાના પાણીની લાઈનમાં ફરીભંગાણ,લાખોલિટર પીવાનાં પાણીનો વેડફાટ,અનેકવારની ઘટનાનું પુનરાવર્તન.
Breaking News: सरकार बनते ही संविधान में संशोधन कर मुस्लिमों को दिया जाएगा Reservation- ST Hasan
Breaking News: सरकार बनते ही संविधान में संशोधन कर मुस्लिमों को दिया जाएगा Reservation- ST Hasan
उदगीर तालुक्यातल्या डिग्रस शिवारात राज्य उत्पादन शुल्कच्या वतीने1लाख 870 रुपयाचा मुद्देमाल केला जप्त
उदगीर तालुक्यातल्या डिग्रस शिवारात राज्य उत्पादन शुल्कच्या वतीने1लाख 870 रुपयाचा मुद्देमाल केला जप्त