নগালেণ্ডৰ মন জিলাত এনএছচিএন আৰু আছাম ৰাইফলছৰ মাজত সংঘৰ্ষ

পাহাৰীয়া ৰাজ্য খনৰ মন জিলাৰ নাছা বস্তিত আজি পুৱতি নিশা ২ বাজি ৩০ মিনিটত সংঘটিত হয় সংঘৰ্ষ

মুখামুখি সংঘৰ্ষৰ ফলত ৩২ নং আছাম ৰাইফলছৰ দুগৰাকী জোৱান গুৰুতৰভাৱে আহত

আহত দুয়োগৰাকীকে চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ।।।