সোণাৰি লায়ন্স ক্লাবৰ ফলমূল বিতৰণ

ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সোণাৰি লায়ন্স ক্লাবৰ সদস্য সকলে ৰজাপুখুৰী স্থিত জিলা অসামৰিক চিকিৎসালয়ৰ ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰে।