হোজাইত জল জীৱন মিচনৰ কাম দেখিলে চকু কপালত উঠিব আপোনাৰ। জল জীৱন মিছনৰ ঠিকাদাৰ সকলৰ বাবে এতিয়া আঁচনিটো হৈ পৰিছে ধন জীৱন আচনিলৈ। বিভাগৰ বিষয়া সকলে চকু মুদি থকাৰ বাবে ঠিকাদাৰে নিজৰ খেৱাল খুচিমতে কাম কৰি চলাই আছে লুণ্ঠন। এই দৃশ্য হোজাই উত্তৰ বিদ্যানগৰ পানী যোগান আঁচনিৰ। আঁচনিটোৰ পৰা ঘৰে ঘৰে পানী দিবলৈ সংযোগ কৰা হৈছে পাইপ। পিছে পাইপৰ পৰা পানী নিৰ্গত নোহোৱাত এতিয়া ৰাইজে পাইপত যদি কাপোৰ শুকুৱাইছে আকৌ কৰবাত ৰছীৰে পাইপবোৰ বান্ধি ৰাখিছে। ইফালে আঁচনিৰ পৰা অহা মূল পাইপৰ আকাৰো নিৰ্ধাৰিত কৰা আকাৰতকৈ সৰু লগতে দকৈ পাইপবোৰ দিব লাগিছিল যদিও যেনেতেনে পথৰ সমানকৈ পাইপবোৰ দিয়াত এতিয়া পাইপবোৰ এনেদৰে পথৰ কাষতে আছে উন্মুক্ত অৱস্থাত। ফলত উক্ত ঠিকাদাৰৰ এই দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা লোৱাৰ ৰাইজে জনাইছে দাবী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
क्वाड शिखर सम्मेलन में भारत ने रूस-यूक्रेन संघर्ष को खत्म करने की वकालत की - quad summit
विदेश सचिव विक्रम मिस्री ने रविवार को पीएम मोदी की अमेरिका यात्रा पर एक विशेष ब्रीफिंग के दौरान...
'कांदळवन पर्यटन गाव' या नव्या प्रकल्पांसाठी जिल्ह्यातील पावस गावाची निवड
रत्नागिरी : कोकण किनारपट्टीवरील समृद्ध कांदळवनांचे संवर्धन व संरक्षणासाठी कांदळवन पर्यटन गाव हा...
2 ऑक्टोबरपर्यंत प्रलंबित प्रकरणांचा निपटारा करा- जिल्हाधिकारी मिलिंद शंभरकर
सोलापूर- नागरिकांच्या कामांचा वेळेत निपटारा व्हावा म्हणून राज्य शासनाने 17 सप्टेंबर ते 2...
বাংলাদেশত হিন্দু লোকৰ ওপৰত হোৱা অত্যাচাৰ বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী #bangladesh
বাংলাদেশত হিন্দু লোকৰ ওপৰত হোৱা অত্যাচাৰ বন্ধৰ দাবীত আজি হোজাইত ৰূপায়ন কৰা হৈছে প্ৰতিবাদী...
Sanjay Raut ED Custody Updates | संजय राऊतांना 4 ऑगस्टपर्यंत ईडी कोठडी !;पाहा व्हिडीओ
Sanjay Raut ED Custody Updates | संजय राऊतांना 4 ऑगस्टपर्यंत ईडी कोठडी !;पाहा व्हिडीओ