হোজাইত জল জীৱন মিচনৰ কাম দেখিলে চকু কপালত উঠিব আপোনাৰ। জল জীৱন মিছনৰ ঠিকাদাৰ সকলৰ বাবে এতিয়া আঁচনিটো হৈ পৰিছে ধন জীৱন আচনিলৈ। বিভাগৰ বিষয়া সকলে চকু মুদি থকাৰ বাবে ঠিকাদাৰে নিজৰ খেৱাল খুচিমতে কাম কৰি চলাই আছে লুণ্ঠন। এই দৃশ্য হোজাই উত্তৰ বিদ্যানগৰ পানী যোগান আঁচনিৰ। আঁচনিটোৰ পৰা ঘৰে ঘৰে পানী দিবলৈ সংযোগ কৰা হৈছে পাইপ। পিছে পাইপৰ পৰা পানী নিৰ্গত নোহোৱাত এতিয়া ৰাইজে পাইপত যদি কাপোৰ শুকুৱাইছে আকৌ কৰবাত ৰছীৰে পাইপবোৰ বান্ধি ৰাখিছে। ইফালে আঁচনিৰ পৰা অহা মূল পাইপৰ আকাৰো নিৰ্ধাৰিত কৰা আকাৰতকৈ সৰু লগতে দকৈ পাইপবোৰ দিব লাগিছিল যদিও যেনেতেনে পথৰ সমানকৈ পাইপবোৰ দিয়াত এতিয়া পাইপবোৰ এনেদৰে পথৰ কাষতে আছে উন্মুক্ত অৱস্থাত। ফলত উক্ত ঠিকাদাৰৰ এই দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা লোৱাৰ ৰাইজে জনাইছে দাবী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
असम राज्य बाल संरक्षण आयोग की पहल पर चराइदेव जिले में दिव्यांग बच्चों के अधिकारों पर जागरूकता बैठक
असम राज्य बाल संरक्षण आयोग की पहल पर चराइदेव जिले में दिव्यांग बच्चों के अधिकारों पर जागरूकता बैठक
Bihar: ननद की एंट्री लेते ही खतरनाक हुआ सास-बहू का झगड़ा, मां-बेटी ने मिलकर उड़ेला चेहरे पर चावल का खौलता पानी
समस्तीपुर में सास-बहू की नोकझोक ने खतरनाक रूप ले लिया। सास-बहू के बीच झगड़ा चल रहा था, तभी ननद भी...
रात्रीच्या स्वप्नांनी बारामतीच्या अक्षयचा घेतला जीव...कुटुंबीयांनी सकाळी दार उघडलं अन् हादरलेच!
रात्रीच्या स्वप्नांनी बारामतीच्या अक्षयचा घेतला जीव...कुटुंबीयांनी सकाळी दार उघडलं अन् हादरलेच!
Abdullahs, Muftis joined hands with Pak ISI to torture Kashmiri Pandits : Chugh
BJP national general secretary Tarun Chugh today blamed the Abdullah and Mufti families for the...
ઘોઘા ગામે હર ઘર તિરંગા અભિયાન અંતર્ગત ભવ્ય તિરંગા યાત્રા યોજાઈ
ઘોઘા ગામે હર ઘર તિરંગા અભિયાન અંતર્ગત ભવ્ય તિરંગા યાત્રા યોજાઈ