গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত ৭৬ সংখ্যক স্বাধীনতা দিৱসত লীলা কান্ত বৰাক নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহাৰ বাবে বৰ্ষ শ্ৰেষ্ঠ গাঁও প্ৰধান হিচাপে বিবেচিত কৰি গহপুৰ মহকুমা প্ৰশাসনে আজি ৰাজহুৱাভাবে বঁটা ও মানপত্ৰ প্ৰদান কৰে।গহপুৰ মৌজাৰ অন্তৰ্গত ৰজাবাৰী লাটৰ চৰকাৰী গাঁও প্ৰধান লীলা কান্ত বৰাই সুদীৰ্ঘ ৩০ বছৰ ধৰি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Amit Shah ने देवघर में नैनो यूरिया संयंत्र की रखी आधारशिला, 450 करोड़ रुपये की लागत से प्लांट और टाउनशिप का होगा निर्माण
केंद्रीय गृह मंत्री अमित शाह ने शनिवार को झारखंड के देवघर में एक नैनो यूरिया संयंत्र की आधारशिला...
PM Modi के सपनों की ये लिस्ट कोई Amit Shah तक पहुंचा दो ? Ajit Anjum
PM Modi के सपनों की ये लिस्ट कोई Amit Shah तक पहुंचा दो ? Ajit Anjum
जल्दी वजन बढ़ाने का असरदार तरीका - Gain Weight 10X Faster at Home
जल्दी वजन बढ़ाने का असरदार तरीका - Gain Weight 10X Faster at Home
নামটিত হৰ ঘৰ ত্ৰিৰংগা সজাগতা কাৰ্যসূচী
নামটি মৰাণকাৰী পেৰাভাৰী অঞ্চলৰ কৃষক আৰু কৃষি বিভাগৰ হিতাধীকাৰী সকলৰ মাজত সজাগতা আনিবৰ বাবে...