ভাৰত মাতাৰ বন্দনাৰে মুখৰিত আদৰ্শ গাওঁ কামৰূপ জিলাৰ দুমুনিচকীৰ শৰাইঘাট। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষ্যে দেওবাৰে এক বিশাল নান্দনিক শোভাযাত্ৰা উলিওৱা হয় দুমুনিচকীৰ শৰাইঘাট আদৰ্শ গাঁৱত। শৰাইঘাট আল্টা পথৰ আদৰ্শ গাঁৱৰ মূল তোৰণ পৰা ৰাতিপুৱা আৰম্ভ হয় বিশাল শোভাযাত্ৰা।গাওখনৰ শতাধিক মহিলাই হাতত ত্ৰিৰংগা পতাকাৰে গাওঁ খনৰ আটাইকেইটা পথ পৰিভ্ৰমণ কৰি স্বাধীনতাৰ ৭৫ বছৰৰ আজাদী কি অমৃত মহোৎসব পালন কৰে।বেজেৰা উন্নয়ন খণ্ডৰ অধীনস্থ শৰাইঘাট আদৰ্শ গাঁৱৰ তোৰণ পৰাই আৰম্ভ হয় বিশাল শোভাযাত্ৰা। দুমুনিচকীৰ বিশিষ্ট সমাজকৰ্মী কিৰণ চন্দ্ৰ কাকতিয়ে মুকলি কৰা শোভাযাত্ৰাত গাওঁ প্ৰধান চিত্ৰলেখা নাথ চমুৱা, অৱনী কুমাৰ নাথ সহ বিশিষ্ট লোক সকল উপস্থিত থাকে I
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઊંઝામાં પ્રાણ-પ્રતિષ્ઠા મહોત્સવમાં ફટાકડાના બ્લાસ્ટથી 30 વ્યક્તિઓ ઘાયલ
મહેસાણા જિલ્લાના ઊંઝા તાલુકામાં બ્રાહ્મણવાડા ખાતે આજે ગણપતિદાદાના પ્રાણપ્રતિષ્ઠા મહોત્સવનો...
Jio और Airtel यूजर्स को फ्री में मिल रहा Netflix का सब्सक्रिप्शन, अनलिमिटेड 5G डाटा के साथ मिलेगी 84 दिन की वैलिडिटी
Free Netflix Plans From Jio and Airtel रिलायंस जियो ने भी दो नेटफ्लिक्स बंडल प्रीपेड प्लान की...
હાલોલ : પીર તાજુદ્દીન બાબાના ઉર્ષની ઉજવણી
હાલોલ : પીર તાજુદ્દીન બાબાના ઉર્ષની ઉજવણી