➡️গাড়ী চলাই মোবাইল চাই যোৱাৰ পৰা হওঁক আপুনি সাৱধান।। নহলে বিপদ অনিবাৰ্য।।

➡️হোজাই ত তেনে অনুৰূপ ঘটনা সংঘটিত হল।।

➡️উল্লেখযোগ্য যে হোজাই ৰ পৰা ৰাইকতা অভিমুখি AS31C1597নম্বৰৰ বলেৰ পিক আপ বাহন খনৰ চালকে গাড়ী চলাই গৈ থকাৰ অৱস্থাত মোবাইল চাই যোৱাৰ বাবেই গাড়ী ৰখাব নোৱাৰি দ খাৱৈত সুমাই পৰে।।

➡️সু ভাগ্য বসত বাহন খনৰ চালক যদিও আঘাত প্ৰাপ্ত প্ৰাণ ৰক্ষা পৰে চালকৰ।।

➡️বৰ্তমানে বাহন খন উদ্ধাৰৰ বাবে JCB ৰে কাম চলাই আছে।।