সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত উজনি মাজুলীৰ কাৰ্কিচুক গাঁৱত আজি আৰোগ্য মিত্ৰৰ বিনামূলীয়া হোমিঅ' চিকিৎসা শিৱিৰৰ উদ্ধোধন কৰা হয় ৷ ইফালে সেৱা ভাৰতীয়ে মাজুলীৰ বিভিন্ন স্থানত দীৰ্ঘদিনৰ পৰা বিভিন্ন ৰোগীক বিনামূলীয়াকৈ হোমিঅ পেথিৰ চিকিৎসা প্ৰদান কৰি আহিছে ৷ ইফালে সেৱা ভাৰতীয়ে মাজুলীৰ বহু জনক ইতিমধ্যেই হোমিঅপেথিৰ চিকিৎসা প্ৰদানৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કઠલાલ કેથોલિક ચર્ચ ખાતે પુનિત કૃષ તહેવાર ઉજવાયો
કઠલાલ કેથોલિક ચર્ચ ખાતે પુનિત કૃષ તહેવાર ઉજવાયો
বিহালীত ভাৰতীয় জনতা পাৰ্টি মণ্ডল সমিতিৰ স্থায়ী কাৰ্য্যালয় আধাৰশিলা স্থাপন বিধায়ক ৰঞ্জিত দত্তৰ
বিহালীত ভাৰতীয় জনতা পাৰ্টি মণ্ডল সমিতিৰ স্থায়ী কাৰ্য্যালয় আধাৰশিলা স্থাপন বিধায়ক ৰঞ্জিত দত্তৰ
আজি মাননীয় ৰাষ্ট্ৰপতিয়ে অসমৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰা সীমা নিৰ্ধাৰণ অধিসূচনাত অনুমোদন জনালে।
আজি মাননীয় ৰাষ্ট্ৰপতিয়ে অসমৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰা সীমা নিৰ্ধাৰণ অধিসূচনাত...