আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি বিভাজন বিভীষিকা স্মৃতি দিৱস উদযাপন ৷

আজি জেংৰাইমুখ তিনিআলিত উজনি মাজুলী মণ্ডল বিজেপিয়ে আজি ১৪ আগষ্টৰ দিনটোত বিভাজনৰ বিভীষিকা দিৱস উদযাপন কৰে।