হোজাইত তিনি বছৰ পূৰ্বে বেদখলমুক্ত কৰা হৈছিল লামডিং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 500 হেক্টৰ ভূমি। বনাঞ্চলৰ ভূমিত অবৈধ লোকে বসবাস কৰি অহাত জীৱ জন্তুৰ বিচৰণ থলী নোহোৱা হৈ পৰিছিল। সেইজ লামডিং বনাঞ্চলক টকলা কৰি অবৈধবাবে বসবাস কৰা লোক সকলক প্ৰশাসনে উচ্ছেদ কৰি বেদখলমুক্ত কৰাৰ পিছত পুনৰ সেউজীয়া হব ধৰিছে লামডিং বনাঞ্চল। মুঠৰ ওপৰত কমৰপানী আৰু ঠেদং নলা অঞ্চলৰ বেদখলমুক্ত বনাঞ্চলত বন বিভাগে বিগত তিনি বছৰ ধৰি গছ পুলি ৰোপন কৰি আহিছে। প্ৰতিদিনে ট্ৰেক্টৰৰ জৰিয়তে শ্ৰমিক সকলক বনাঞ্চলত নিয়াৰ পাছত গছ পুলি কামত নিযোগ কৰি আহিছে। লগতে বনাঞ্চলত পুনৰাই বেদখলকাৰীয়ে যাতে খোপনি পুতিব নোৱাৰে ইয়াৰ বাবে বন বিভাগৰ এটা স্থায়ী কেম্প কমৰপানী অঞ্চলত ৰখা হৈছে। ইফালে লামডিং বনাঞ্চল চাবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব বুলি খবৰ অহাৰ পাছত বনাঞ্চলক আৰু অধিক সেউজ কৰি তোলাৰ বাবে তৎ নোহোৱা হৈছে বন কৰ্মীৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PNB Share News: Stock में आज 2% से ज्यादा की तेजी, क्या 100 के ऊपर अब जाएगा Stock? | CNBC Awaaz
PNB Share News: Stock में आज 2% से ज्यादा की तेजी, क्या 100 के ऊपर अब जाएगा Stock? | CNBC Awaaz
રાયડાની જીવાતે બનસકાંઠા જીલ્લાની આર્થીક નગરી ડીસા સહેર સહીત સમગ્ર ઉત્તર ગુજરાત ને બાનમાં લીધુ.!
રાયડાની જીવાતે બનસકાંઠા જીલ્લાની આર્થીક નગરી ડીસા સહેર સહીત સમગ્ર ઉત્તર ગુજરાત ને બાનમાં લીધુ.!
Maruti Dzire 2024 के ZXI को घर है लाना, 2 लाख Down Payment के बाद देनी होगी इतनी EMI
Car Finance Plan Maruti Suzuki की ओर से Compact Sedan Car सेगमेंट में Maruti Dzire 2024 को...
सांसद सलाखों के पीछे, यह भी इमरजेंसी है', संसद में अमृतपाल के समर्थन में बोले चरणजीत सिंह चन्नी
पंजाब की जालंधर सीट से सांसद व पूर्व मुख्यमंत्री चरणजीत सिंह चन्नी ने संसद में बजट, सिद्धू...