অসম চৰকাৰে আজি ৰাষ্ট্রীয় স্বাস্থ্য অভিযান ৰ অধীনত মাজুলী জিলাৰ জনসাধাৰণৰ বাবে এখন অত্যাধুনিক সেৱাবিশিষ্ট এম্বুলেন্স প্ৰদান কৰে।মাজুলীৰ স্বাস্থ্য খণ্ডৰ বাবে এক অন্যতম শুভসংবাদ কঢ়িয়াই অনা দিনটোত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত এক কাৰ্যসূচীত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড: ডম্বৰুধৰ নাথ ডাঙৰীয়া,জিলা উপায়ুক্ত শ্ৰী যুত পুলক মহন্ত ডাঙৰীয়া,জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া শ্ৰী যুতা দিতিমণি পেগু তথা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, স্বাস্থ্য বিভাগৰ বিষয়া- কৰ্মচাৰী সকলৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে এম্বুলেন্স খন মাজুলীবাসী ৰাইজৰ সেৱাৰ বাবে মুকলি কৰে সন্মানীয় বিধায়ক শ্ৰী যুত ভুৱম গাম ডাঙৰীয়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Uday Samant on Ratnagiri: राजकारणासाठी काही लोक राजकारण करतायत; मंत्री सामंतांचे भाजपवर बोट?
Uday Samant on Ratnagiri: राजकारणासाठी काही लोक राजकारण करतायत; मंत्री सामंतांचे भाजपवर बोट?
કેશોદ પોલીસ દ્વારા મુખ્ય માર્ગો પર ફુટ પેટ્રોલિંગ કરી ટ્રાફિક પ્રશ્ર્નો ઉકેલવા સુચના આપી
કેશોદ પોલીસ દ્વારા મુખ્ય માર્ગો પર ફુટ પેટ્રોલિંગ કરી ટ્રાફિક પ્રશ્ર્નો ઉકેલવા સુચના આપી
বিশিষ্ট সাহিত্যিক তৰুণ চন্দ্ৰ পামেগামৰ ৩৮ সংখ্যক মৃত্যু বাৰ্ষিকৰ আয়োজন
অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ,কবি, সাহিত্যিক , নাট্যকাৰ , সমাজ সংস্কাৰক তৰুণ চন্দ্ৰ...
सिलिंडर घरपोच करण्यासाठी ग्राहकांकडून अतिरिक्त रक्कम आकारली जाते..नागरिकांचा आरोप
सिलिंडर घरपोच करण्यासाठी ग्राहकांकडून अतिरिक्त रक्कम आकारली जाते.
"पैठण तालुक्यातील दावरवाडी...
IAS ಅಧಿಕಾರಿ ಪಿ.ಎಸ್. ಕಾಂತರಾಜು ಅವರಿಗೆ ಬೀಳ್ಕೊಡುಗೆ ಸಮಾರಂಭ
ಬೆಂಗಳೂರು, ಜೂನ್ 1, 2026
ಕ್ರೈಸ್ ಕಾರ್ಯ ನಿರ್ವಾಹಕ ನಿರ್ದೇಶಕ ಐಎಎಸ್ ಅಧಿಕಾರಿ ಪಿ.ಎಸ್. ಕಾಂತರಾಜು ಅವರಿಗೆ...