দেওবাৰে শিৱসাগৰ যুৱদলত সদৌ অসম টুৰিষ্ট গাইড এচ'ছিয়েশ্যনৰ প্ৰথম বাৰ্ষিক অধিবেশন খনি এক গাম্ভীৰ্য পূৰ্ণ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়।সমগ্ৰ অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ টুৰিষ্ট গাইড সকলো উপস্থিত থাকে। শিৱসাগৰ টুৰিষ্ট গাইড এচ'ছিয়েশ্যনে অনুষ্ঠিত কৰা এই কাৰ্যসূচীত উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েঙ, উত্তৰণ যাদুঘৰৰ প্ৰতিষ্ঠাপক দুৰ্লভ বৰা, অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ভাৰত পৰ্য্যটনৰ আঞ্চলিক সঞ্চালক অনিল ওৰাং লগতে জিলাখনৰ বিশিষ্ট ব্যক্তি আৰু প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
GOLAGHATSLUGNAME: DEADBODY RECOVEREDমেৰাপানীৰ ঘিলাধাৰী নৈত উদ্ধাৰ হৈছে এটা মৃতদেহ। গোলাঘাট মেৰাপানী
GOLAGHAT
SLUGNAME: DEADBODY RECOVERED
মেৰাপানীৰ ঘিলাধাৰী নৈত উদ্ধাৰ হৈছে এটা মৃতদেহ।...
શંખેશ્વરમાં જીલ્લા કક્ષાના ધ્વજવંદન સમારોહ માટે તૈયારીઓને અપાયો આખરી ઓપ
શંખેશ્વરમાં જીલ્લા કક્ષાના ધ્વજવંદન સમારોહ માટે તૈયારીઓને અપાયો આખરી ઓપ
જીલ્લા કલેકટર...