হোজাইত বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ।।

ৰেল ষ্টেচনত অনাই বনাই ঘূৰি থকা অৱস্থাত ৰেল আৰক্ষীয়ে কৰে গ্ৰেপ্তাৰ।।

ধৃত বাংলাদেশী নাগৰিকটোৰ নাম হৈছে আলিমুদ্দিন।।

ঘৰ চিলেট জিলাৰ ফুলবাৰীত বুলি মন্তব্য।।

নিশা ইণ্ডিয়াত প্ৰবেশ কৰা বুলিও মন্তব্য।।

এক লাখ টকাত বাংলাদেশী লোকে তেওঁক ইণ্ডিয়া লোকৰ তাত বিক্ৰী কৰা বুলিও মন্তব্য।।

জব্দ হৈছে বাংলাদেশী নম্বৰ থকা এখন মোবাইল ফোন।।