মঙ্গলদৈ জেব্ৰা ফৰ্চত জয়ন্ত হাজৰিকাৰ গীতৰ কৰ্মশালা। এতিয়া গৰমৰ বন্ধৰ সময়। গৰমৰ বন্ধৰ সময়ত সকলো ঠাইতে একাংশ লোকে অনুষ্ঠিত কৰে কৰ্মশালা। বিদ্যালয় বন্ধ থকা সময়চোৱাত অভিভাৱক সকলেও তেওঁলোকৰ সন্তানক আগবঢ়াই দিয়ে ভিন্ন কৰ্মশালাত। মঙ্গলদৈ জেব্ৰা ফ'ৰ্চৰ উদ্যোগত জয়ন্ত হাজৰিকাৰ গীতৰ ওপৰত অনুষ্ঠিত হৈছে ১৫ দিনীয়া কৰ্মশালা। ৫ জুলাই পৰা ১৯ জুলাইলৈ হবলগীয়া কৰ্মশালাত জিলা খনৰ বিভিন্ন প্ৰান্তৰ প্রশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অনাতাঁৰ শিল্পী জীৱেদ্ৰ মোহন দেৱ শৰ্মা লগতে স্থানীয় বহু কেইগৰাকী শিল্পী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
EMPS 2024: इलेक्ट्रिक दोपहिया और तीन पहिया वाहनों के लिए आज से नई ई-मोबिलिटी पहल लागू हुई
भारत में आज से इलेक्ट्रिक दोपहिया और तीन पहिया वाहनों के लिए नई ई मोबिलिटी पहल को लागू कर दिया...
পূজাৰ বতৰত জেলেপিৰ সোৱাদ
শাৰদীয় দুৰ্গাপূজাত শৈশৱৰ পৰা বৃদ্ধলৈ সকলোৰে এবাৰ হলেও এখন গৰম জেলেপিৰ সোৱাদ লবলৈ মন যায়। পূজা...
ધાનેરા તાલુકાના શિયા ખાતે જીયોમેમ્બ્રન સાથેની ખેત તલાવડીઓના પાયલોટ પ્રોજેક્ટનું લોકાર્પણ
ધાનેરા તાલુકાના શિયા ખાતે જીયોમેમ્બ્રન સાથેની ખેત તલાવડીઓના પાયલોટ પ્રોજેક્ટનું લોકાર્પણ
#GirSomnath | કોડીનાર તાલુકામાં હસ્તકલા સેતુનુ આયોજન કરાયું | Divyang News
#GirSomnath | કોડીનાર તાલુકામાં હસ્તકલા સેતુનુ આયોજન કરાયું | Divyang News
কৃতী শিক্ষকৰ বঁটাৰ দৰে
চৰকাৰে কৃতী চিকিৎসক বঁটা ঘোষণা কৰক
প্রতিবছৰে ১ জুলাই দিনটো ‘চিকিৎসক দিৱস’ হিচাপে পালন কৰা হয়৷ ১৮৮২ চনৰ ১ জুলাই তাৰিখে...