মঙ্গলদৈ জেব্ৰা ফৰ্চত জয়ন্ত হাজৰিকাৰ গীতৰ কৰ্মশালা। এতিয়া গৰমৰ বন্ধৰ সময়। গৰমৰ বন্ধৰ সময়ত সকলো ঠাইতে একাংশ লোকে অনুষ্ঠিত কৰে কৰ্মশালা। বিদ্যালয় বন্ধ থকা সময়চোৱাত অভিভাৱক সকলেও তেওঁলোকৰ সন্তানক আগবঢ়াই দিয়ে ভিন্ন কৰ্মশালাত। মঙ্গলদৈ জেব্ৰা ফ'ৰ্চৰ উদ্যোগত জয়ন্ত হাজৰিকাৰ গীতৰ ওপৰত অনুষ্ঠিত হৈছে ১৫ দিনীয়া কৰ্মশালা। ৫ জুলাই পৰা ১৯ জুলাইলৈ হবলগীয়া কৰ্মশালাত জিলা খনৰ বিভিন্ন প্ৰান্তৰ প্রশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অনাতাঁৰ শিল্পী জীৱেদ্ৰ মোহন দেৱ শৰ্মা লগতে স্থানীয় বহু কেইগৰাকী শিল্পী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Internet Speed in India: भारत के राज्यों में कितनी है इंटरनेट स्पीड, जानिए टॉप पर कौन
अगर भारत में सबसे फास्ट इंटरनेट स्पीड (Internet Speed) की बात आएगी तो सबसे पहले कोलकाता मेट्रो का...
Chugh launches Har Ghar Tiranga campaign ll MP Baansuri joins with thousands of party youth wing members
BJP national general secretary Tarun Chugh today led a massive rally to launch the Har Ghar...
iQOO 13 को खास बनाएंगी ये 9 खूबियां, 3 दिसंबर को हो रहा भारत में लॉन्च
iQOO 13 का इंडिया लॉन्च कन्फर्म हो चुका है। ऑनलाइन शॉपिंग साइट अमेजन पर इसके कलर ऑप्शन और...
নিশা পূজা চাবলৈ যাওঁতেই মৰাণত চোৰে উদং কৰিলে ঘৰ
নিশা পূজা চাবলৈ যাওঁতেই মৰাণত চোৰে উদং কৰিলে ঘৰ
कांग्रेस का दो सीटों पर टिकट तय, इन सीटों को लेकर मंथन तो यहां टेंशन
राजस्थान में विधानसभा की 7 सीटों के उपचुनाव के लिए कांग्रेस की तैयारी चल रही है। झुंझुनूं में...