স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে খাৰুপেটীয়া পৌৰসভাৰ উদ্যোগত আজি চিলা উৰুৱা প্ৰতিযোগিতা এখনি অনুষ্ঠিত হৈ যায়। খাৰুপেটীয়া টাউন ফিল্ডত আজি চিলা উৰুৱা প্ৰতিযোগিতাত প্ৰায় ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতা খন উদ্ধোধন কৰে খাৰুপেটীয়া পৌৰসভাৰকাৰ্যবাহী বিষয়া সীমান্ত বসুমতাৰী। চিলা উৰুৱা প্ৰতিযোগিতাত পৌৰ সভানেত্ৰী কৃষ্ণা সাহাৰ লগতে স্থানীয় ৰাইজ উপস্থিত হৈ আনন্দ উপভোগ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સમી : જાખેલ ગામમાં પીવાના પાણીની પારાયણ | SatyaNirbhay News Channel
સમી : જાખેલ ગામમાં પીવાના પાણીની પારાયણ | SatyaNirbhay News Channel
Uttarakhand : Baba Kedarnath के दर्शन के बाद निकले Rahul Gandhi, Modi और जय श्री राम के लगे नारे
Uttarakhand : Baba Kedarnath के दर्शन के बाद निकले Rahul Gandhi, Modi और जय श्री राम के लगे नारे
ঢকুৱাখনা ব্লক কংগ্ৰেছ কমিটি, ঘিলামৰা ব্লক কংগ্ৰেছ কমিটিৰ যৌথ উদ্যোগত ৭৫ তম স্বাধীনতাৰ গৌৰৱময় পদযাত্ৰা
ঢকুৱাখনা ব্লক কংগ্ৰেছ কমিটি,ঘিলামৰা ব্লক কংগ্ৰেছ কমিটিৰ যৌথ উদ্যোগত ৭৫ তম স্বাধীনতাৰ গৌৰৱময় পদযাত্ৰা
વોશિંગ્ટન ડીસીમાં ગોળીબારની ઘટના, ઘણા લોકોના જાનહાનિની આશંકા
અમેરિકાના વોશિંગ્ટન ડીસીમાં ગોળીબારની એક ઘટના સામે આવી છે, જેમાં અનેક લોકોના મોત થયા છે. ડીસી...