কাইলৈ দেশবসীয়ে অনুষ্ঠিত কৰিব ৭৫তম স্বাধীনতা দিৱস।স্বাধীনতাদিৱস উদ্যাপনৰ কাৰনে বিশেষকৈ হৰ ঘৰ তিৰংগা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ দেশযুৰি ব্যাপক প্ৰসতিচলোৱা দেখিবলৈ পোৱা গৈছে। দেশ স্বাধীন হোৱাৰ ৭৫ তম বৰ্ষ অতিক্ৰম কৰাৰ কাৰনে আজাদী কা অমৃত মহোৎসৱ পালন কৰিবলৈ।লোৱা হৈছে। এই মহোৎসৱৰ লগত সংগতি ৰাখি আজি পুৱা মৰানত বিধায়ক চক্ৰধৰ গগৈৰ নেতৃত্ত্বত শতাধিক যুৱক -যুৱতীয়ে চাইকেল ৰেলীত অংশ গ্ৰহন কৰে।
মৰান ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত আৰুমৰান চাইক্লিং ক্লাৱআৰুমৰিনবাসীৰ সহযোগতমৰানত চাইকেল ৰেলী।
