হৰ ঘৰ ত্ৰিৰংগাকলৈ ব্যাপক উচাহ মৰিগাঁৱৰ মিলনপুৰবাসীৰ । আজাদী কী অমৃত মহোৎসৱৰ উচাহে দেশবাসীৰ দেশপ্ৰেম জাগ্ৰত কৰি তুলিছে। ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাই আত্মহাৰা মৰিগাঁও মিলনপুৰৰ এইসকল লোক। স্বাধীনতাৰ পয়সত্তোৰ সংখ্যক দিৱসত হাতে হাতে ৰাষ্ট্ৰীয় পতাকালৈ ৰাজপথলৈ ওলাই আহি সকলোকে দেশজুৰি ৰূপায়িত হোৱা আজাদী কী অমৃত মহোৎসৱৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MAHUA : સફાઈથી લઈને તમામ મોરચે નગરપાલિકા નિષ્ફળ
MAHUA : સફાઈથી લઈને તમામ મોરચે નગરપાલિકા નિષ્ફળ
Parliament Security Breach Latest Update: जांच के लिए CRPF DG Anish Dayal की अध्यक्षता में बनी कमेटी
Parliament Security Breach Latest Update: जांच के लिए CRPF DG Anish Dayal की अध्यक्षता में बनी कमेटी
উদ্ভিদ বিজ্ঞানী ড০ পদ্মেশ্বৰ গগৈলৈ জীৱন জোৰা সাধনা বটাঁ গোলাঘাট এমেচাৰ ছ’চাইটিৰ
গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিয়ে সমাজ জীৱনলৈ আগবঢ়োৱা একোগৰাকীকৈ বিশিষ্ট বৰ্ষীয়ান ব্যক্তিক এই মাহৰ...
আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন; ১৯ ছেপ্টেম্বৰত সামৰণি পৰিব অধিৱেশনৰ
পঞ্চদশ অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশন (Autumn Session of Assam Assembly) আজিৰে পৰা...
DNA जांच की बात कहकर फंसे मदन दिलावर! अब बयान से मारी पलटी, बोले - 'मैं भी आदिवासी'
आदिवासी समाज को लेकर शिक्षा मंत्री मदन दिलावर द्वारा दिए बयान के बाद सियासत कम नहीं हो रही....