শিৱসাগৰত সদৌঅসম ভিত্তিত ৪৭এ ডি মালব্য ব্ৰীজ চেম্পিয়নচিপ প্ৰতিযোগিতা ১২জুলাইৰ পৰা আৰম্ভ হৈ ১৪ জুলাইত সামৰণি পৰে।এই প্ৰতিযোগিতা খন আয়োজন কৰে শিৱসাগৰ O N G C in Association WITH Sivasagar District Breez association য়ে শিৱসাগৰ অ এন জিচিৰ Officers Clubত।প্ৰতিযোগিতাত যোৰহাট , গুৱাহাটী, মাজুলী, কৰিমগঞ্জ, মালিগাঁও,শিৱসাগৰ ডিগবৈ।দুলীয়া জান, ডিব্ৰুগড় নলবাৰীকে আদি কৰি মুঠ পোন্ধৰাটা দলে অংশ গ্ৰহন কৰিছিল।

Sponsored

The Silver Spoon - Hotel & Restaurant Bundi (Raj)

AC Room, AC Restaurant, AC Meeting Area Facility Available

যোৰহাট আৰু গুৱাহাটীয়ে যুটীয়া ভাৱে প্ৰথম স্থান লাভ কৰে।মালিগাঁওৱে দ্বিতীয় স্থান লাভ কৰে।