৫ সংখ্যক স্বাধীনতা দিৱসৰ আজাদী কা অমৃত মহোৎসৱৰ সংগতি ৰাখি আজি আজি কলাই গাঁৱৰ ডাক বাংলাত ভাৰতীয় জনতা যুব মৰ্চা মুদৈবড়ী মণ্ডলৰ উদ্যোগত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

এই ৰক্তদান শিবিৰত অৰ্ধ শতাধিক লোকে ৰক্তদান কৰে।

লগতে উপস্থিত থাকে বিটি চিৰ ই এম দিগন্ত বৰুৱা।এই ৰক্তদান শিবিৰত মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ ভালেকেইজন ডক্তৰ উপস্থিত থাকে।লগতে বিজেপিৰ মুদৈবড়ী মণ্ডলৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।