দৰঙৰ খাৰুপেটীয়াৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান মিতালি সংঘ আজি আজাদী কা অমৃত মহোৎসৱ উপলক্ষে নগৰ ৰ বিভিন্ন ঠাই ৰ গছপুলি ৰোপণ কৰে আৰু বন্দেমাতৰম, ভাৰত মাতা কি জয়, আজাদী কা অমৃত মহোৎসৱ পালন কৰক ইত্যাদি শ্লোগানেৰে খাৰুপেটীয়া টাউন মূখৰিত কৰি তোলে।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |