ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং কেছেৰুগুৰি, টিংখাং চাহ বাগিচাকে ধৰি বিভিন্ন স্থানত নিৰ্মাণ সম্পূৰ্ণ কৰা আদৰ্শ অংগনৱাড়ী কেন্দ্র সমূহৰ উদ্বোধন কৰে টিংখাং সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাই।