জামুগুৰিহাটত শোণিতপুৰ জিলা অন্যান্য পিছপৰা উন্নয়ন পৰিষদৰ চেয়াৰমেন ৰাম নেৱাৰে এখনি সংবাদমেল সম্বোধন কৰে। শোণিতপুৰ জিলা অন্যান্য পিছপৰা উন্নয়ন পৰিষদৰ কাৰ্যালয়ত জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ নামত উৎকোচ লয় বুলি একাংশ সংবাদ মাধ্যমত একাংশ ছাত্র ছাত্ৰীয়ে অভিযোগ কৰা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি চেয়াৰমেন গৰাকীয়ে কয় যে, মই শোণিতপুৰ জিলা অন্যান্য পিছপৰা উন্নয়ন পৰিষদৰ চেয়াৰমেন হৈ থকা লৈকে কোনো দুৰ্নীতি-অনিয়ম হবলৈ নিদিও বুলি উল্লেখ কৰাৰ লগতে কয় মোৰ অজ্ঞাতে কাৰ্যালয়ৰ কোনোৱে যদি অ,বি,চি প্ৰমাণ পত্ৰ দিয়াৰ নামত ধন লৈছে তেওঁলোকৰ ওপৰত বিহিত ব্যবস্থা গ্ৰহন কৰা হব। ইয়াৰোপৰি কাৰ্যালয়ত চেয়াৰমেন গৰাকী উপস্থিত নাথাকে বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱা সন্দৰ্ভত প্ৰশ্ন কৰি কয় যে, যদি মই কাৰ্যালয়ত উপস্থিত নাথাকো তেনেহলে ৪০০০ৰোধিক প্ৰমাণ পত্ৰ কেনেকৈ দিলো। ইয়াৰোপৰি চেয়াৰমেন ৰাম নেৱাৰে কয় যে এই বাতৰি সম্পূৰ্ণ মনেসজা আৰু ভিত্তিহীন। মোক আৰু কাৰ্যালয়টিক জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ বাবে এটা দুষ্ট চক্ৰই অহৰহ চেষ্টা চলাই আছে আৰু মই সেই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যে আদালতৰ দ্বাৰস্থ হৈছো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Operation Hast: 'कर्नाटक बीजेपी के कई नेता संपर्क में, हम 26 जनवरी के बाद चलाएंगे ऑपरेशन', पूर्व डिप्टी सीएम लक्ष्मण सावदी
बागलकोट। इस साल मई महीने में कांग्रेस ने कर्नाटक में शानदार जीत हासिल की थी। राज्य में सरकार...
વડોદરા: Ms University માં NSUI દ્વારા હેડ ઓફિસ ખાતે વિરોધ | Ms University Vadodara | Vadodara News
વડોદરા: Ms University માં NSUI દ્વારા હેડ ઓફિસ ખાતે વિરોધ | Ms University Vadodara | Vadodara News
Breaking News: खालिदा जिया की पार्टी के धमकी भरे बोल, Sheikh Hasina के प्रत्यर्पण को लेकर बड़ा बयान
Breaking News: खालिदा जिया की पार्टी के धमकी भरे बोल, Sheikh Hasina के प्रत्यर्पण को लेकर बड़ा बयान
টংলাত জগতগুৰু মহাপুৰুষ শংকৰদেৱৰ ৫৭৪সংখ্যক জন্মোৎসৱ পালন
ওদালগুৰি জিলাৰ টংলাত জগতগুৰু মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱৰ শ্ৰীমন্তশঙ্কৰদেৱ...
सुदर्शन गैजेट स्टोर का वेस्ट पटेल नगर दिल्ली में हुआ भव्य शुभारंभ
सुदर्शन गैजेट स्टोर का वेस्ट पटेल नगर दिल्ली में हुआ भव्य शुभारंभ
बूंदी के प्रसिद्ध सुदर्शन...