মঙলদৈত প্ৰশাসনৰ সমান্তৰাল ভাবে অনুস্থান আৰু ব্যক্তি বিশেষে কৰিলে ত্ৰিৰংগা যাত্ৰা ৷প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে নিজ গাঁৱত উলিয়ালে ত্ৰিৰংগা যাত্ৰা ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰ ঘৰ ত্ৰিৰংগা উৰুৱাবলৈ আহ্বান কৰাৰ লগে লগে দেশৰ সৰ্বত্ৰে ত্ৰিৰংগা যাত্ৰা কৰিলে প্ৰশাসনৰ সমান্তৰাল ভাবে অনুস্থান আৰু ব্যক্তি বিশেষে ৷ মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধক্ষ্য গুৰুজ্যোতি দাসে নিজ গাওঁ আৰেংত শতাধিক মহিলাক লগত লৈ কৰিলে ত্ৰিৰংগা যাত্ৰা ৷