তিনিচুকীয়াত স্বাধীনতা দিৱস উপলক্ষে আজাদি কী অমৃত মহোৎসৱৰ বাবে অসামৰিক প্ৰতিৰক্ষা বিভাগ,তিনিচুকীয়াৰ( CIVIL DEFENCE, TINSUKIA) উদ্যোগত বৰগুৰিত প্ৰাথমিক বিধানৰ ( First Aid) মকড্ৰিল কৰে।