তিনিচুকীয়া জিলাত স্বাধীনতা দিৱসৰ 'আজাদি কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ' আজি অসামৰিক প্ৰতিৰক্ষা বিভাগ ( CIVIL DEFENCE) তিনিচুকীয়াৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে। পুৱাৰ ভাগত পতাকা উত্তোলন কৰাৰ পিছত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱক সকলৰ মাজত প্ৰাথমিক বিধান ( First Aid) দিয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত ভাৰপ্ৰাপ্ত উপ-নিয়ন্ত্ৰক ( Deputy Contrller i/c) ৰূপান্ত সোনোৱাল, উপ নিয়ন্ত্ৰক(কণিষ্ঠ) ভাস্কৰ ডেকা, প্ৰতিযোগিতা আহ্বায়ক তথা ৱাৰ্ডেন মনোৰঞ্জন মৰাণ, প্ৰতিযোগিতা বিচাৰক নুৰ জাহান বেগম, স্বেচ্ছাসেৱক চুৰেছ ডেকা, বাবুল শৰ্মা, দুলীয়জানৰ জ্যেষ্ঠ স্বেচ্ছাসেৱক শক্তি কুমাৰ গুপ্তা, নয়নদীপ নিৰ্মলিয়া আদি উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bajaj Auto Q2 Results Impact | इस तिमाही के आंकड़ों में क्या खास रहा? जानें कंपनी के ED से
Bajaj Auto Q2 Results Impact | इस तिमाही के आंकड़ों में क्या खास रहा? जानें कंपनी के ED से
यूक्रेन के राष्ट्रपति ज़ेलेंस्की ने दुनिया को चेताया, कहा- उत्तर कोरिया रूस को अपने सैनिक भेज रहा
यूक्रेन के राष्ट्रपति वोलोडिमिर ज़ेलेंस्की ने रूस और उत्तर कोरिया के बीच बढ़ते "दुर्भावनापूर्ण"...
समाजवादी पार्टी की जिला इकाई ने ग्रामीण विधानसभा के दहतोरा में चलाया सदस्यता अभियान...
आगरा: समाजवादी पार्टी जिला इकाई द्वारा रविवार को ग्रामीण विधानसभा के अंतर्गत शास्त्रीपुरम क्षेत्र...
ખેડુતે પોતાના ખેતરમાં લગાવેલા કરંટથી પોતાના જ ૩ સ્વજનો
ગુમાવ્યા.
તાપી જિલ્લાના વાલોડ તાલુકાના મોરદેવી ગામમાં રહેતા એક ખેડૂત પરિવાર સાથે દુઃખદ ઘટના બની છે. એક...