All India Ho Language Action Commettee ৰ উদ্যোগত যোৱা ০৮/০৮/২০২২ তাৰিখ সোমবাৰৰ দিনা "দিল্লীত ধাৰণা কাৰ্য্যসূচী Ho Language 8th Schedule অত অন্তৰ্ভুক্ত কৰিব কাৰণে ধৰ্ণা কাৰ্য্যসূচী লোৱা হৈছিল উক্ত ধৰ্ণা কাৰ্য্যসূচীত উপস্থিত থাকে অসমৰ পৰা সদৌ অসম আদিবাসী হ' সমাজ কেন্দ্ৰীয় সমিতিৰ সহ-সম্পাদক চাজেন চুৰিন, সাংগঠনিক সম্পাদক ৰমেশ পুৰ্তি আৰু সহ-সাংগঠনিক সম্পাদক চুৰেন চাতাৰ মুণ্ডা উক্ত বিষয়ববীয়া সকল অংশ গ্ৰহণ কৰি "দিল্লী যন্তৰমন্তৰত আদিবাসী হ' ভাষা আন্দোলন আৰু জনজাতিকৰণ (ST) কাৰণে দাবী জনোৱা হ'ল লগতে ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰোপতী মুৰ্মু ডাঙৰয়নীক শাক্ষ্যৎ কৰি এখন স্মাৰক পত্ৰ দিয়া হ'ল আনহাতে উড়িষাৰ (MP) চুছমিত পাত্ৰাৰ লগত এখন স্মাৰক পত্ৰ ও আলোচনা কৰি উক্ত কাৰ্যসূচীৰ পিছতে উভতি অহা সমুহ বিষয়ববীয়া সকলক সাকোমঠাত আজি তেখেত সকলক আদিবাসী নৃত্য ঢ়োল নেগেৰা আদি বজাই উষ্ম আদৰনি জনাই আদৰি আনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bajaj Finance Share Strategy Today | RBI की पाबंदी हटने से निवेशकों के मुनाफे पर दिखेगा असर?
Bajaj Finance Share Strategy Today | RBI की पाबंदी हटने से निवेशकों के मुनाफे पर दिखेगा असर?
निराधार मुलांना फराळाचे वाटप करून सम्यक संबुद्ध मंडळाने केली दिवाळी साजरी
रत्नागिरी : सर्वत्र दिवाळी साजरी होत असताना समाजातील निराधार, गरीब कुटुंब मात्र या आनंदापासून दूर...
Parliament Session 2024: Rahul Gandhi का बयान, कहा 'हिंदुस्तान के संविधान को कोई शक्ति छू नहीं सकती'
Parliament Session 2024: Rahul Gandhi का बयान, कहा 'हिंदुस्तान के संविधान को कोई शक्ति छू नहीं सकती'